This browser does not support the video element.
মৰঙী: প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে নুমলীগড়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ভ্ৰমণৰ সামগ্ৰিক প্ৰস্তুতিৰ বুজ
Morangi, Golaghat | Sep 10, 2025
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে বুধবাৰে দিনৰ প্ৰায় ১ মান বজাত নুমলীগড়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সামগ্ৰিক প্ৰস্তুতিৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে। প্ৰস্তাৱিত সভাস্থলী পৰিদৰ্শন কৰি জিলা প্ৰশাসনৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে বিশেষ ভ্ৰমণটি সম্পৰ্কীয় বিভিন্ন দিশৰ পৰ্যালোচনা কৰাৰ লগতে কাৰ্যসূচী নিখুঁতভাৱে আয়োজন কৰাৰ বাবে সকলোকে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। উল্লেখ্য যে, জি ইথানল উদ্যোগ অহা ১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব।