Download Now Banner

This browser does not support the video element.

ডিফু: লাহৰিজানত সন্দেহযুক্ত হেৰইন সহ আটক এজন নগা সৰবৰাহকাৰী

Diphu, East Karbi Anglong | Aug 22, 2025
শুকুৰবাৰে বিয়লি প্ৰায় তিনিমান বজাত অসম -নাগালেণ্ড সীমান্তৰ লাহৰিজানত সন্দেহজনক হেৰ'ইন সহ  আৰক্ষীৰ জালত পৰে এজন নগা সৰবৰাহকাৰী ৷ লাহৰিজানৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা এজন নগা লোকক আৰক্ষীয়ে সন্দেহবশত: তালাই চলাই লোকজনৰ পৰা  এটা চাধা টেমাত লুকুৱাই অনা ৯৪০ মিলি গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ আৰক্ষীয়ে নাগালেণ্ড চুমুকুডিমাৰ পছ' টি নামৰ সৰবৰাহকাৰী লোকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে
Read More News
T & CPrivacy PolicyContact Us