Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: শাৰদীয় দুৰ্গা পূজাৰ আজি মহাষ্টমী,ৰঙিয়াৰ বটাকুছিত মধ্যপাণ্ডুৰী আঞ্চলিক শ্ৰী শ্ৰী দুৰ্গা পূজা পালন

Rangia Part, Kamrup | Sep 30, 2025
শাৰদীয় দুৰ্গা পূজাৰ আজি মহাষ্টমী। ৰঙিয়াৰ বটাকুছিত মধ্যপাণ্ডুৰী আঞ্চলিক শ্ৰী শ্ৰী দুৰ্গা পূজা পালন। শীঘ্ৰেই ৰঙিয়াত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণৰ কথা মঙলবাৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে পূজা সমিতিয়ে। ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পন কৰা শ্ৰী শ্ৰী দুৰ্গা পূজাভাগ এইবাৰ অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হৈছে।
Read More News
T & CPrivacy PolicyContact Us