This browser does not support the video element.
পূব ডিব্ৰুগড়: চাউলখোৱাত ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ, ৰেলৰ খুণ্ডাত মৃত্যু হ'ল এজন যুৱক
Dibrugarh East, Dibrugarh | Sep 13, 2025
ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চল চাউলখোৱাত ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ। ৰেলৰ খুণ্ডাত মৃত্যু এজন যুৱক । যুৱকজনৰ নাম চাউলখোৱা গ্ৰান্ট গাঁও বুলি জানিব পৰা গৈছে। AS - 06-k-3973 নম্বৰৰ এখন বাইকেৰে যুৱকজনে চাউলখোৱা ৰেলৱে কৰ্চিং পাৰ হওঁতেই তীব্ৰবেগী ৰেলে মহতিয়াই লৈ যায়। ইয়াৰ ফলত থিতাতে মৃত্যু হয় যুৱকজন । ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।