Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: ৰাওনাপুৰত ভূমিকেন্দ্ৰিক সংঘাত, উত্তৰ লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল ৰফিকুল ইছলামৰ

North Lakhimpur, Lakhimpur | Jun 22, 2025
লখিমপুৰ জিলাৰ ৰাওনাপুৰত দেওবাৰে এক ভূমিকেন্দ্ৰীক সংঘাত সংঘটিত হয় । ঘটনা সন্দৰ্ভত উত্তৰ লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰে ৰফিকুল ইছলামে ।এজাহাৰকাৰী মহম্মদ ৰফিকুল ইছলামৰ দাবী, তেওঁৰ ভূমি দখল কৰিব বিচাৰিছে একাংশই দেওবাৰে এই ভূমিকেন্দ্ৰীক বিবাদৰ বাবে বিভিন্ন অভিযোগ উত্থাপিত কৰি ৰফিকুল ইছলামে মহম্মদ আবাল আলি, মহম্মদ মফিম আলি, মহম্মদ চাহা আলি, মহম্মদ মাহেদ আলি, মহম্মদ হানিফ আলি আৰু মহম্মদ য়াচিন আলিৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।
Read More News
T & CPrivacy PolicyContact Us