Download Now Banner

This browser does not support the video element.

পলাশবাৰী: পলাশবাৰী ৰাজাপাৰাৰ পৰা পাকালাইন হৈ ধেৰকাজুলী গাঁও বৰদুৱাৰ চাহ বাগান সংযোগী পথ নিৰ্মাণৰ শুভাৰম্ভ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ

Palasbari, Kamrup | Sep 4, 2025
বৃহস্পতিবাৰে পলাশবাৰী ৰাজাপাৰা পথৰ পৰা পাকালাইন হৈ ধেৰকাজুলী গাওঁ বৰদুৱাৰ চাহ বাগান সংযোগী পথছোৱা নিৰ্মাণৰ কাম শুভাৰম্ভ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ। পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বৰদুৱাৰ বাগান অঞ্চলত বাস কৰা ৰাভা,বড়ো,গাৰো,আদিবাসী,কোচ-ৰাজবংশীকে আদি কৰি খিলঞ্জীয়া ৰাইজৰ ভূমিৰ সমস্যা সমাধানৰ আশ্বাস।
Read More News
T & CPrivacy PolicyContact Us