Download Now Banner

This browser does not support the video element.

ডিফু: তাৰালাংচত বিশ্ব পৰিৱেশ দিৱস উদযাপন, উপস্থিত কাকৰ চিইএম তুলিৰাম ৰংহাং

Diphu, East Karbi Anglong | Jun 5, 2025
সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি কাৰ্বি সাংস্কৃতিক প্ৰকল্প তাৰালাংচত বৃহস্পতিবাৰে পুৱা প্ৰায় ১০ বজাত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় ৷ উক্ত কাৰ্যসুচীত মুখ্য অতিথি হিছাপে উপস্থিত থাকি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙে বৃক্ষপুলি ৰোপনৰ শুভ উদ্ধোধন কৰে ৷ সমগ্ৰ কাৰ্বি আংলঙত ১ লাখ গছপুলি ৰোপনৰ সংকল্প লৈ আজিৰ দিনটোত তাৰালাংচৰ বাকৰিতেই ১০ হাজাৰ গছ পুলি ৰোপন কৰা হব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷
Read More News
T & CPrivacy PolicyContact Us