Install App
mobarak.officialpage
This browser does not support the video element.
জলহ ভাগ: হিন্দু বেংগলী,বেংগলী মুছলমানৰ হৈ মাত মাতিছে একমাত্ৰ তৃণমূল কংগ্ৰেছে জাখলিপাৰত মন্তব্য তঃক প্ৰাৰ্থী আফজাল হুছেইন তালুকদাৰ
Jalah Part, Baksa | Sep 3, 2025
জাখলিৰপাৰত ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আফজাল হুছেইন তালুকদাৰে কয় যে হিন্দু বেংগলী আৰু মুছলমানৰ হৈ একমাত্ৰ তৃণমূল কংগ্ৰেছে মাত মাতিছে। লগতে caa সম্পৰ্কে কয় ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আফজাল হুছেইন তালুকদাৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!