Download Now Banner

This browser does not support the video element.

জলহ ভাগ: জ্যোতিনগৰত ভাৰতীয় জনতা পাৰ্টিত যোগদান কাৰ্যসূচী । আজি জ্যোতিনগৰত EM গৌতম দাসৰ উপস্থিতত এক শতাধিক লোকৰ ওপৰত যোগদান কৰে।

Jalah Part, Baksa | Aug 24, 2025
জ্যোতিনগৰত ভাৰতীয় জনতা পাৰ্টিত যোগদান কাৰ্যসূচী । আজি জ্যোতিনগৰত EM গৌতম দাসৰ উপস্থিতত এক শতাধিক লোকৰ ওপৰত যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আজি যোগদান কৰে লোকসকলে। যোগদান কাৰ্যসূচীত EM গৌতম দাসৰ সৈতে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ মথনগুৰী মণ্ডলৰ বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।
Read More News
T & CPrivacy PolicyContact Us