Install App
kanakboro82
This browser does not support the video element.
গোঁসাইগাঁও ভাগ: ৭০ লাখ ৰেচন কাৰ্ডৰ বিপৰীতে ৰাজসাহাৰ্যযুক্ত নিমখ , মচুৰ দাইল আৰু চেনী লাভ কৰিব চহৰত ঘোষণা মন্ত্ৰী কৌশিক ৰায়ৰ
Gossaigaon Part, Kokrajhar | Aug 3, 2025
৭০ লাখ ৰেচন কাৰ্ডৰ বিপৰীতে অহা এক অক্টোবৰৰ পৰা ৰাজসাহাৰ্যযুক্ত নিমখ , মচুৰ দাইল আৰু চেনী লাভ কৰিব দেওবাৰে আবেলি ৪ বজাত কোকৰাঝাৰ চহৰত ঘোষণা কৰে মন্ত্ৰী কৌশিক ৰায়ই। কোকৰাঝৰ চহৰত এখন মেলত অংশগ্ৰহন কৰি সাংবাদিকৰ আগত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ই কয় যে ৭০ লাখ ৰেচন কাৰ্ডৰ বিপৰীতে অহা এক অক্টোবৰৰ পৰা ৰাজসাহাৰ্যযুক্ত নিমখ , মচুৰ দাইল আৰু চেনী লাভ কৰিব ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!