Download Now Banner

This browser does not support the video element.

ডিফু: বোকাজানৰ ৰামা নগৰত আৰচিচি দলঙৰ আধাৰ শিলা স্থাপন কাকৰ চিইএম তুলিৰাম ৰংহাঙৰ

Diphu, East Karbi Anglong | Sep 2, 2025
মঙলবাৰে দিনৰ প্ৰায় ১২ মান বজাত বোকাজানৰ ৰামা নগৰত নতুন আৰচিচি দলঙৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে ৷ ARRBP আঁচনিৰ অধীনত বোকাজানৰ ৰামা নগৰৰ পৰা জপৰাজান লৈকে নিৰ্মান হব লগীয়া উক্ত দলঙখনে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৰুপথাৰ সমষ্টিৰ জন সাধাৰণক সংযোজিত হবলৈ সহায়ক হব ৷ আজিৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত বিজেপিৰ শীৰ্ষ নেতা-কৰ্মী সকল উপস্থিত থাকে ৷
Read More News
T & CPrivacy PolicyContact Us