Download Now Banner

This browser does not support the video element.

উত্তৰ গুৱাহাটী ভাগ: উত্তৰ গুৱাহাটীৰ লেঙাত সন্দেহজনক লোকৰ দপদপনি,প্ৰশাসনক বেদখলকৃত ভূমি উদ্ধাৰ কৰিবলৈ আহ্বান ৰাইজৰ

North Guwahati Part, Kamrup | Jul 28, 2025
উত্তৰ গুৱাহাটীৰ লেঙাত সন্দেহজনক লোকৰ দপদপনি।প্ৰশাসনক বেদখলকৃত ভূমি উদ্ধাৰ কৰিবলৈ আহ্বান। সোমবাৰে সংবাদমাধ্যমৰ আগত এই অভিযোগ একাংশ ৰাইজৰ লগতে দল সংগঠনৰ।পথাৰত পশুধন চৰাবলৈ গলেও ভয় এতিয়া থলুৱাৰ। ৮শ বিঘা ভূমিত মিঞাৰ চলিছে দপদপনি।
Read More News
T & CPrivacy PolicyContact Us