Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: '১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছৰ কোনো বিদেশী অসমত থাকিব নোৱাৰে', চিৰাজুলিত নেমছু'ৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামৰ মন্তব্য

Dhekiajuli Part, Sonitpur | Aug 25, 2025
অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সোমবাৰে দিনৰ ১১ বজাত চিৰাজুলিত ক্ষোভিত হৈ পৰিছে নেমছু'ৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম ৷ অসমত কোনো বাংলাদেশী থাকিব নোৱাৰে, বাংলাদেশী কিয় অসমত থাকিব আজি এই হুংকাৰ বদৰুল ইছলামৰ ৷ ১৯৭১চনৰ ২৫মাৰ্চৰ পিছৰ কোনো বিদেশী অসমত থাকিব নোৱাৰে, সমান্তৰালভাৱে ১৯৭১চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ সকলো লোকক ন্যায় আৰু নিৰাপত্তাৰ দায়িত্ব চৰকাৰে লব লাগিব বুলি কলে বদৰুল ইছলামে ৷
Read More News
T & CPrivacy PolicyContact Us