Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলি সম-জিলা আয়ুক্ত প্ৰশাসনৰ উদ্যোগত ঢেকীয়াজুলিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান

Dhekiajuli Part, Sonitpur | Sep 8, 2025
ঢেকীয়াজুলি সম-জিলা আয়ুক্ত প্ৰশাসনৰ উদ্যোগত আৰু লক্ষ্মীনাথ বেজবৰুৱা একাডেমিৰ সহযোগত ঢেকীয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানৰ প্ৰেক্ষাগৃহত শুভাৰম্ভণী কৰা হ’ল সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান ৷ সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰি উক্ত অনুষ্ঠানটিৰ শুভাৰম্ভণী কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বিধুভোষন ৰায়ে ৷ আজিৰ উক্ত অনুষ্ঠানত উপস্থিত থাকে ঢেকীয়াজুলি সম-জিলা আয়ুক্ত দ্যোতিভা বৰা,ঢেকীয়াজুলি সম-জিলা আৰক্ষী অধীক্ষক ভাৰ্গব মণি দাস ৷
Read More News
T & CPrivacy PolicyContact Us