Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: ৰে'লগেটত ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি প্ৰাংগণত বন্তি প্ৰজ্বলন কাৰ্যসূচী পালন, বিধায়কৰ অংশগ্ৰহণ

Biswanath, Biswanath | Sep 8, 2025
ভাৰতৰত্ন ড: ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে উত্তৰ চাৰিআলি সন্মিলিত মঞ্চ উদ্যোগত আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সহযোগত বিশ্বনাথৰ ৰে'লগেটৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি প্ৰাংগণত বন্তি প্ৰজ্বলন কাৰ্যসূচী পালন কৰাৰ লগতে তেখেতক স্মৰণ কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি ৰূপত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত হৈ বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে।
Read More News
T & CPrivacy PolicyContact Us