Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: চাৰিআলি পৌৰসভা প্ৰেক্ষাগৃহত ভাৰতৰত্ন ড° ভূপেন হাজৰীকা দেৱৰ জন্ম শতবৰ্ষ উপলক্ষে শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠান সম্পন্ন,

Biswanath, Biswanath | Sep 7, 2025
অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত বিশ্বনাথ জিলা সমিতিৰ সৌজন্যত বিশ্বনাথ চাৰিআলি পৌৰসভা প্ৰেক্ষাগৃহত ভাৰতৰত্ন ড° ভূপেন হাজৰীকা দেৱৰ জন্ম শতবৰ্ষ উপলক্ষে শ্ৰদ্ধাঞ্জলি জনোৱা কাৰ্যসূচী শুভ আৰম্ভণি অনুষ্ঠান আয়োজন কৰে। এই অনুষ্ঠানৰ আৰম্ভণি ভাৰতৰত্ন ড° ভূপেন হাজৰীকা দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্য অৰ্পণৰ লগতে সমবেত সংগীত, কালজয়ী গীত আদিৰে মুল সভা আৰম্ভ হয় । এই অনুষ্ঠানত মুখ্য অতিথি জ্যোতি চিত্ৰৱনৰ অধ্যক্ষ বিদ্যাসাগৰ আদি অংশগ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us