Install App
nalbarinews
This browser does not support the video element.
ঘগ্ৰাপাৰ ভাগ: সাগৰকুছিত ৩৬ তম্ পি. বি. এচ .এ চলন্ত ট্রফী, কৈলাশ মল্ল বৰুৱা সোৱাৰণী প্রাইজমানি ফুটবল প্রতিযোগিতাৰ উদ্বোধনী খেল
Ghograpar Part, Nalbari | Sep 4, 2025
নলবাৰী ঘগ্রাপাৰৰ সাগৰকুছিস্হিত মিনি ষ্টেডিয়ামত অসম ফুটবল সন্হা স্বীকৃতিপ্রাপ্ত আৰু নলবাৰী ক্রীড়া সংস্থাৰ সহযোগত বনভাগ উদয়ন সংঘৰ উদ্যোগত ৩৬ তম্ পি .বি.এচ.এ চলন্ত ট্রফীৰ লগতে কৈলাশ মল্ল বৰুৱা সোৱাৰণী প্রাইজমানি ফুটবল প্রতিযোগিতাৰ আজিৰ শুভ উদ্বোধনী খেলখন উদ্বোধন কৰে নলবাৰী জিলা পৰিষদৰ সভানেত্রী গীতুমনি বৈশ্যই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!