This browser does not support the video element.
ধেমাজি: জিলা সদৰত জনগোষ্ঠীৰ সুৰক্ষাৰ দাবীত জনজাতি সমন্বয়ৰক্ষী সমিতিৰ উত্তাল প্ৰতিবাদ
Dhemaji, Dhemaji | Aug 21, 2025
জিলা সদৰত জনজাতি সমন্বয়ৰক্ষী সমিতিৰ উত্তাল প্ৰতিবাদ বৃহস্পতি বাৰে জিলা সদৰত জনজাতি সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে। টিৰাপ জনজাতীয় বেল্ট এণ্ড ব্লকত সাত জনগোষ্ঠীক সুৰক্ষিত শ্ৰেণী ঘোষণা কৰাৰ চৰকাৰী অধিসূচনা বাতিলৰ দাৱীত ৰাজ্যজুৰি আজি জনজাতি সমন্বয়ৰক্ষী সমিতিয়ে প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তাৰ সমান্তৰাল ভাৱে ধ