Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: ৰঙিয়া মহাবিদ্যালয়ৰ সমীপত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ,ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে

Rangia Part, Kamrup | Aug 27, 2025
বুধবাৰে ৰঙিয়া মহাবিদ্যালয়ৰ সমিপত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ।কলা ৰঙৰ হাফ পেন্ট আৰু বগা টি চাৰ্ট পৰিহিত যুৱক এজন পৰি থকা স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰে। যুৱক জনক কোনো লোকে হত্যা কৰি জংঘলৰ মাজত পেলাই থৈ যোৱাৰ সন্দেহ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
Read More News
T & CPrivacy PolicyContact Us