Install App
shivbhakti
This browser does not support the video element.
উত্তৰ গুৱাহাটী ভাগ: চাংসাৰি জালান আইৰন এণ্ড ষ্টিল ফেক্টৰীত অঘটন, কৰ্মৰত অৱস্থাত অগ্নিদগ্ধ নন্দ দাস নামৰ এজন শ্ৰমিক, আহত আন এজন
North Guwahati Part, Kamrup | Aug 24, 2025
দেওবাৰে চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰ টোলগেটৰ সমীপৱৰ্তী জালান আইৰন এণ্ড ষ্টিল ফেক্টৰীত অঘটন। কোনো চেফটি সামগ্ৰী নোহোৱা বাবে কৰ্মৰত অৱস্থাত শ্ৰমিক নন্দ দাস সম্পূৰ্ণ অগ্নিদগ্ধ ।আন এজন জন শ্ৰমিকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। শৰীৰৰ ৮৫ শতাংশ অগ্নিদগ্ধ নন্দ দাস বৰ্তমান হাস্পতালত চিকিৎসাধীন।বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক বাধা প্ৰদানৰ লগতে দুৰ্ব্যৱহাৰ কৰে ফেক্টৰীৰ ভেৰোনীয়া গুণ্ডাই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!