Install App
shivbhakti
This browser does not support the video element.
গৰৈমাৰী: দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ আছলপাৰাত চাঞ্চল্যকৰ ঘটনা,এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ চিপ লৈ আত্মহত্যা
Goroimari, Kamrup | Aug 22, 2025
শুকুৰবাৰে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ আছলপাৰাত চাঞ্চল্যকৰ ঘটনা। এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী চিপলৈ আত্মহত্যা। নিজগৃহত চিপ লৈ আত্মহত্যা ছাত্ৰী গৰাকীৰ। ছাত্ৰী গৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!