This browser does not support the video element.
বিশ্বনাথ: গৰাখহনীয়াৰ কবলত গুপ্তকাশী বিশ্বনাথ ঘাট, ভাবুকি কঢ়িয়াই আনিছে সহস্ৰাধিক লোকলৈ #jansamasya
Biswanath, Biswanath | Sep 9, 2025
বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত দক্ষিণাঞ্চলৰ গুপ্তকাশী বিশ্বনাথ গৰাখহনীয়াই কবলত । ঐতিহাসিক বিশ্বনাথ ঘাটৰ মঠ মন্দিৰৰ লগতে বৃহত্তৰ অঞ্চল তথা বিশ্বনাথ ঘাট নদী আৰক্ষী থানালৈও গৰাখহনীয়াই কঢ়িয়াই আনিছে ভয়ংকৰ ভাবুকি। বিশ্বনাথ ঘাটৰ বুঢ়ালইতৰ বিশাল জলস্তৰে ইতিমধ্যে ভাবুকি কঢ়িয়াই আনিছে পুৰণি গাঁৱ, নতুন গাৱকে আদি কৰি বৃস্তীৰ্ণ অঞ্চললৈ । এই সন্দৰ্ভত জলসম্পদ বিভাগলৈ , চৰকাৰ লৈ গৰাখহনীয়াই ৰোধ কৰা বাবে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ স্থানীয় ৰাইজ তথা সচেতন মহলৰ ।