This browser does not support the video element.
লংকা: লংকাত আৰক্ষীৰ জালত তিনি প্ৰৱঞ্চক,জব্দ ভূৱা চিল মোহৰ,মৱাইল আৰু নথিপত্ৰ।আৰক্ষীৰ তদন্ত অব্যাহত
Lanka, Hojai | Sep 7, 2025
শনিবাৰে সন্ধীয়া লামডিং সমজিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটি দলে লংকাৰ এখন হোটেলৰ কোঠাৰ পৰা অভিযান চলাই প্ৰথমে দুজনক কৰে আটক। প্ৰথমে আটক কৰা দুজনৰ নাম ক্ৰমে ৰাহুল আৰু সুৰেশ। পৰবৰ্তী সময়ত দেওৱাৰে পুনৰ পূৱা ১১ মান বজাত পূৱে দুজন লোকক আটক কৰা উক্ত লংকাৰ হোটেলখনৰ পৰাই আন এজনক কৰে আটক। আজি আটক কৰা লোকজনৰ নাম সঞ্জয়।বুলি জানিব পৰা গৈছে।তিনিওৱে লংকাৰ এখন হোটেলত ভাৰতীয় সেনা বাহিনীত চাকৰি দিয়াৰ নামত বাহৰ পাতিছিল। প্ৰৱঞ্চক কেইজনৰ পৰা ভূৱা চিল মোহৰ, নথি পত্ৰ উদ্ধাৰ।