ধেমাজি সদৰত জিলা হাইস্কুল শিক্ষক সন্হাৰ ৪১ তম অধিবেশন শনিবাৰে আবেলি চাৰি বজাত ধেমাজি সদৰত অৱস্থিত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ধেমাজী জিলা হাইস্কুল শিক্ষক সন্হাৰ ৪১ তম জিলা অধিৱেশন অনুষ্ঠিত কৰা হয়। আজি উক্ত সভাত পুৱা পতাকা উত্তোলনৰ কৰা লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয় । লগতে আবেলি চাৰি বজাত মুকলি সভা অনুষ্ঠিত কৰা হয়।