Install App
shivbhakti
This browser does not support the video element.
গুৱাহাটী: গণেশগুৰিত পত্নীৰ চুৰিৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত স্বামী, আহত লোকজন ধীৰাজ দাস, জিএমচিএইচলৈ প্ৰেৰণ
Guwahati, Kamrup Metropolitan | Sep 2, 2025
মঙলবাৰে গণেশগুৰিত চুৰিকাঘাটৰ ঘটনা। পত্নীৰ চুৰি মাৰিলে স্বামীক। দিছপুৰ থানাৰ সন্মুখত সংঘটিত এই ভয়ংকৰ ঘটনা। স্থানীয় লোকৰ সহায়ত প্ৰাণ ৰক্ষা পৰিল লোকজনৰ। দিশপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে লোকজনক। আহত লোকজনৰ নাম ধীৰাজ দাস। আহত লোকজনক GMCHলৈ প্ৰেৰণ। পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!