This browser does not support the video element.
ডিফু: খটখটী এলেকাত পঞ্চাছোৰ্ধৰ বৃদ্ধৰ কামনাৰ বলি নাবালিকা
Diphu, East Karbi Anglong | Sep 11, 2025
বোকাজান মহকুমাৰ খটখটী এলেকাত এগৰাকী নাবালিকা কণ্যা শিশু ধৰ্ষণ হোৱা কাৰ্যত এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ মান খটখটী আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি খটখটী থানা ধৰ্ষণৰ অভিযোগত এজন লোকক আটক কৰা হৈছে ৷ খটখটী এলেকাৰ পুতুল চৌধুৰী নামৰ ৫০ বছৰীয়া এটা লম্পটৰ কামনাৰ বলি হৈছে এগৰাকী ১২ বছৰীয়া নাবালিকা কণ্যা শিশু ৷ ভুক্ত ভোগীৰ স্বীকাৰোক্তিৰ মতে ভুক্তভোগীৰ ঘৰৰ কাষৰ এটি হাবিত এই অপকৰ্ম সংঘটিত কৰে লম্পটটোৱে.৷