This browser does not support the video element.
বিশ্বনাথ: জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিদায় সম্বৰ্ধনা আৰক্ষী জোৱান পদুম বৰাৰ, উপস্থিত আৰক্ষী অধীক্ষক
Biswanath, Biswanath | Sep 1, 2025
আৰক্ষীৰ কৰ্মজীৱনৰ ৪০টা বসন্ত জনতাৰ বাবে উৎসর্গা কৰা আৰক্ষী জোৱান পদুম বৰাই যি কৰ্ম নিষ্ঠা প্রদর্শন কৰিলে তাৰ বাবে বিশ্বনাথ জিলা আৰক্ষীৰ ফালৰপৰা অৱসৰী জীৱন আন এক নতুন কর্ম জীৱন হওক লগতে তেওঁৰ কৰ্তব্য নিষ্ঠাই বিভাগটোৰ আন সকলোকে অনুপ্রাণিত কৰক, তাৰে কামনা কৰি বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক কাৰ্যালয় আৰক্ষী অধীক্ষক শুভাশিষ বৰুৱাৰ লগতে উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ উপস্থিতিত পদুম বৰাক গামোচা আৰু প্ৰশংসা পত্ৰৰে বিদায় সম্বৰ্ধনা জনোৱা হয়।