Install App
nalbarinews
This browser does not support the video element.
বৰক্ষেত্ৰী: নলবাৰীৰ মুকালমুৱাৰ মেগা স্বাস্থ্য শিবিৰৰ স্থান পৰিদৰ্শন প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা আৰু জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ
Barkhetri, Nalbari | Sep 15, 2025
আজি জি.এম.ডি.এৰ অধ্যক্ষ,প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা আৰু জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে আগন্তুক ১৮ ছেপ্তেম্বৰত বৰক্ষেত্ৰী জুনিয়ৰ কলেজত অনুস্থিত হ'বলগীয়া সমষ্টি ভিত্তিক মেগা স্বাস্থ্য শিবিৰৰ স্থান পৰিদৰ্শন কৰে। উক্ত পৰিদৰ্শনত জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত স্বাস্থ্য, প্ৰশাসনিক বিষয়াসকলৰ লগতে জিলা স্বাস্থ্য বিভাগ আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!