This browser does not support the video element.
নলবাৰী: ম’হখলি ঘটনাৰ নতুন মোৰ,অভিয়ুক্ত যুৱতী গৰাকীক কাৰাগাৰলৈ প্ৰেৰণ
Nalbari, Nalbari | Sep 9, 2025
নলবাৰী ম’হখলি ঘটনাৰ নতুন মোৰ,অভিয়ুক্ত যুৱতী গৰাকীক কাৰাগাৰলৈ প্ৰেৰণ।গ্ৰেপ্তাৰৰ সংখ্যা হ’ল তিনিগৰাকী৷ শনিবাৰৰ পৰা মঙ্গলবাৰলৈ নলবাৰী আৰক্ষীৰ নজৰত আছিল যুৱতী গৰাকী৷অৱশেষত মঙ্গলবাৰে গ্ৰেপ্তাৰ কৰা হ’ল যুৱতীগৰাকী ৷মঙ্গলবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছত প্ৰেৰণ কৰা হ’ল অভিয়ুক্ত যুৱতীগৰাকী কাৰাগাৰলৈ৷