Download Now Banner

This browser does not support the video element.

ডিফু: কাকাংডং আৰু ৰাঙচালী বুথ কেন্দ্ৰত বিজেপি কাৰ্যকৰ্তা সকলৰ সৈতে কাকৰ ইএম ৰিচাৰ্ড টকবীৰ পৰ্যালোচনা বৈঠক

Diphu, East Karbi Anglong | Sep 1, 2025
সমষ্টি ভিত্তিত তৃণমূল বিজেপি কৰ্মী সকলৰ সৈতে সংযোগ স্থাপন কৰিবলৈ বিভিন্ন স্থানত বৈঠক অনুষ্ঠিত  হোৱাৰ সমান্তৰালকৈ সোমবাৰে দিনৰ প্ৰায় ২ মান বজাত কাকাংগাডন আৰু ৰাংচালি বুথ কেন্দ্ৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম ৰিচাৰ্ড টকবীয়ে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ৷ উক্ত বৈঠকত সভাপতি, সম্পাদক আৰু বিজেপিৰ তৃণমূল কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷
Read More News
T & CPrivacy PolicyContact Us