Install App
ud.news
This browser does not support the video element.
বোকাখাত: কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বনকৰ্মীৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ, ঘটনাক কেন্দ্ৰ কৰি দেওপানী বন শিবিৰত উত্তপ্ত পৰিস্থিতি
Bokakhat, Golaghat | Aug 24, 2025
কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বনকৰ্মীৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ। ঘটনাক কেন্দ্ৰ কৰি দেওবাৰে বিয়লি প্ৰায় ৪.৩০ মান বজাত দেওপানী বন শিবিৰত উত্তপ্ত পৰিস্থিতি। বনকৰ্মীজনে এজন যুৱকক মাৰপিট কৰাৰ অভিযোগ। লংবামন টেৰং নামৰ যুৱকজনক মাৰপিট বনকৰ্মীজনৰ। বাগৰি বনাঞ্চলত কৰ্মৰত অভিযুক্ত বনকৰ্মীজন। মদ্যপান কৰাৰ অভিযোগ বনকৰ্মীগৰাকীৰ বিৰুদ্ধে। ইতিমধ্যে আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!