Download Now Banner

This browser does not support the video element.

সোণাৰি: সোণাৰি নগৰৰ ৫ নং ৱাৰ্ডত এজাক বৰষুণতে জলমগ্ন সম্পূৰ্ণ পথ, সমস্যাত সৰ্বসাধাৰণ ৰাইজ #jansamasya

Sonari, Charaideo | Aug 28, 2025
চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ ৫ নং ৱাৰ্ডত এজাক বৰষুণতে জলমগ্ন হয় সম্পূৰ্ণ পথটো।পুৱতি নিশা দিয়া ধাৰাষাৰ বৰষুণত ডুব গ'ল নগৰখনৰ ৫ নং ৱাৰ্ডৰ এই পথটো। সোণাৰি নগৰৰ মাজমজিয়া নগৰখনৰ ৫ নং ৱাৰ্ডৰ এই পথটোত চৰাইদেউ জিলা সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ল, নগৰখনৰ কেইবাখনো বিদ্যালয়, নগৰখনৰ পৰা টিয়ক, ভজো আদি অঞ্চলৰ পথৰ লগত সংলগ্ন এই পথটোত এতিয়া এজাক বৰষুণতে ডুব যোৱাৰ উপক্ৰম ঘটিছে। ঐতিহাসিক ধোদৰ আলিৰ কাষেদি যোৱা এই পথটো এসময়ত অতিকৈ বিদ্ধস্ত অৱস্থাত আছিল। কিন্তু বৰ্তমানত পথটো ৱাৰ্
Read More News
T & CPrivacy PolicyContact Us