Download Now Banner

This browser does not support the video element.

সোণাৰি: বাঁহবাৰীৰ এগৰাকী বৃদ্ধা মহিলাই নৈত জাপ দি আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে চাঞ্চল্যৰ

Sonari, Charaideo | Aug 31, 2025
চৰাইদেউ জিলাৰ সোণাৰিৰ টিঙালীবাম আৰক্ষী থানাৰ অন্তৰ্গত বাঁহবাৰীৰ এগৰাকী বৃদ্ধা মহিলাৰ আত্মহনন। বৃদ্ধা মহিলা গৰাকীয়ে নৈত জাপ দি কৰিলে আত্মহনন। মহিলা গৰাকীৰ আত্মহত্যা কৰা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা অনুসৰি বাঁহবাৰী অঞ্চলৰ ববীতা ঘাটোৱাৰ নামৰ মহিলা গৰাকীয়ে ঘৰত কোনো নথকা অৱস্থাত এই ঘটনা সংঘটিত কৰে। মহিলা গৰাকীয়ে নৈত জাপ দিয়াৰ পাছত অঞ্চলটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। পৰিয়ালৰ লোক তথা স্থানীয় লোকে নৈত বহু বিচাৰ খোচাৰ কৰি অৱশেষত মহিলা গৰাক
Read More News
T & CPrivacy PolicyContact Us