This browser does not support the video element.
কোকৰাঝাৰ ভাগ: হাগ্ৰামা মহিলাৰী কোনোবা দলৰ এজেন ৰূপত কাম কৰিআছে, চান্দাতলিত কঠোৰ ভাৱে সমালোচনা প্ৰাক্তন মন্ত্ৰী চন্দন ব্রহ্মৰ
Kokrajhar Part, Kokrajhar | Aug 23, 2025
হাগ্ৰামা মহিলাৰী এজন কোনোবা দলৰ এজেন ৰূপত কাম কৰি আহিছে । হাগ্ৰামা মহিলাৰীক এনে কঠোৰ ভাৱে সমালোচনা কৰে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই। শনিবাৰে সন্ধিয়া ৮ বজাত কোকৰাঝাৰ চহৰৰ চান্দাতলীত ইউ পি পি এল দলৰ যোগদান কাৰ্য্যসূচীত উপষ্ঠিত থাকি বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীক এনে ধৰনে সমালোচনা কৰে। লগতে হাগ্ৰামা মহিলাৰীই চন্দন ব্ৰহ্মক জাতিড্ৰহি বুলি মন্তব্য কৰাক প্ৰত্যুত্তৰ দি কৈ যে ২০০৬-৭ চনত তাদা গোচৰত জামিনদাৰ হৈছিল।