Download Now Banner

This browser does not support the video element.

ডিফু: বোকাজানত অৰুণোদয় 3'0ৰ অধীনত হিতাধিকাৰীৰ মাজত স্বাগতম পত্ৰ আৰু এলপিজি ফৰ্ম বিতৰণ বিধান সভাৰ উপাধ্যক্ষ নোমল মমিনৰ

Diphu, East Karbi Anglong | Sep 1, 2025
সোমবাৰে দিনৰ প্ৰায় ১ মান বজাত বোকাজান মিউনিচিপালটি বোৰ্ডৰ সন্মিলন কক্ষত অৰুণোদয় 3'0 ৰ অধীনত হিতাধিকাৰীৰ মাজত অৰুণোদয় 3'0ৰ হিতাধিকাৰীৰ মাজত স্বাগতম পত্ৰ আৰু এলপিজি ফৰ্ম বিতৰণ কৰে ৷ প্ৰায় শতাধিক হিতাধিকাৰীৰ মাজত স্বাগতম পত্ৰ আৰু এলপিজি ফৰ্ম বিতৰণ কৰে অসম বিধান সভাৰ উপাধ্যক্ষ তথা বোকাজান বিধান সভা সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিনে৷
Read More News
T & CPrivacy PolicyContact Us