Download Now Banner

This browser does not support the video element.

সোৱণশিৰি ভাগ: Dyবিহুৰাণী Season16 ৰ GRAND FINALE ৰ ফলাফলত পক্ষপাতিত্বৰ অভিযোগত ঘিলামৰাত সংবাদমেল ৰাইজৰ

Subansiri Part, Lakhimpur | May 25, 2025
Dyবিহুৰাণী Season-16 ৰ "GRAND FINALE" ৰ ফলাফলত পক্ষপাতিত্বৰ অভিযোগ তুলিছে ঢকুৱাখনাৰ ঘিলামৰাৰ ৰাইজে। উল্লেখ্য যে-Dyবিহুৰাণী Season-16 ৰ "GRAND FINALE" ত অংশগ্ৰহণ কৰি ৰাজ্যৰ এগৰাকী আগশাৰীৰ বিহুৱতী ঘিলামৰাৰ বৰষা বুঢ়াগোহাঁইয়ে ৰাজ্যৰ বিভিন্ন শ্ৰেণীৰ দৰ্শকৰ পৰা সৰ্বাধিক -১,৩১,৪২০ টা ভোট লাভ কৰিছিল যদিও তেওঁতকৈ বহুত কম-৫২,৪১০ টা ভোট পোৱা নগাঁৱৰ দীপামণি বৰাকহে এইবাৰ চূড়ান্ত বিজয়ী ঘোষণা কৰাত ৰাজ্যৰ সৰ্বত্ৰতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Read More News
T & CPrivacy PolicyContact Us