This browser does not support the video element.
নাজিৰা: সকলোৰে হাৰ্ট থ্ৰ' জুবিনৰ মৃত্যুত শোক প্ৰকাশ কৰি মেজেঙা ৰ পৰা বৃহৎ ৰেলী
Nazira, Sivasagar | Sep 21, 2025
সকলোৰে হাৰ্ট থ্ৰ' জুবিনৰ মৃত্যুত শোক প্ৰকাশ কৰি দেওবাৰে মেজেঙা ব্যৱসায়ী সন্থা,মেজেঙা গাঁওৰক্ষী বাহিনী,বিশ্ব হিন্দু মহা সংঘৰ মেজেঙা প্ৰখণ্ডৰ উদ্যোগত মেজেঙা ৰেল গেট তিনি আলিৰ পৰা এক বৃহৎ ৰেলী বাহিৰ কৰা হয়।জুবিনদা অমৰ হওক শ্লগানেৰে নামতি,নাজিৰা আৰু মেজেঙা সাতচৈ গ্ৰাণ্ট হৈ এক বিশাল ৰেলী অনুষ্ঠিত হয়।জুবিন অনুৰাগী সকলে আৱেগিক হৈ জুবিনত গীত আওৰাই শোকস্তদ্ধ হৈ পৰে।