This browser does not support the video element.
ডিফু: কাৰ্বি আংলং জিলাৰ বিভিন্ন উন্নয়নমূলক কামৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জুৱেল অৰামক সাক্ষাৎ কাকৰ চিইএম তুলিৰাম ৰমহাঙৰ
Diphu, East Karbi Anglong | Sep 9, 2025
মঙলবাৰে বিয়লি চাৰিমান বজাত ধৰতি আভা জনজাতীয় গ্ৰাম উন্নয়ন অভিযানৰ অধীনত পূৱ আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ঘৰ, ৰাস্তা, পানী, বৈদ্যুতিকীকৰণ, স্বাস্থ্য সেৱা, শিক্ষা, ডিজিটেল ক্ষমতায়ন, কৃষি, দক্ষতা উন্নয়ন আৰু অধিক বিষয় অন্তৰ্ভুক্তিৰে উন্নয়নৰ ৫৬১৭.৯৯ কোটিৰ প্ৰস্তাবলৈ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ'ৰামক সাক্ষাত কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙ নেতৃত্বাধীন সঁজাতি দলৰ ৷এই সাক্ষাতৰ উদ্দেশ্য হৈছে সামগ্ৰিক উন্নয়ন আনি জনজাতীয় সমুদায়ৰ জীৱন