Download Now Banner

This browser does not support the video element.

ডিফু: ডিফু ৰেল ষ্টেছনত ড্ৰাগছৰ বিৰুদ্ধে জিলা সমাজ কল্যাণ বিষয়াৰ উদ্যোগত বাটৰ নাটৰ জৰিয়তে সজাগতা কাৰ্যসূচী

Diphu, East Karbi Anglong | Sep 2, 2025
ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু দক্ষতা বিভাগৰ অধীনত কাৰ্বি আংলং জিলা সমাজ কল্যান বিভাগৰ উদ্যোগত আৰু নগৰীয়া সংহত শিশু উন্নয়ন আঁচনিৰ সহযোগত মঙলবাৰে পুৱা প্ৰায় ১১ মান বজাত ডিফু ৰেলষ্টেছন চৌহদত যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি নিয়া মাৰাত্মক বৰবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে জন সচেতনতা সৃষ্টি কৰিবলৈ এক আকৰ্ষণীয় বাটৰ নাট মঞ্চস্থ কৰা হয় ৷
Read More News
T & CPrivacy PolicyContact Us