Install App
shivbhakti
This browser does not support the video element.
গুৱাহাটী: গুৱাহাটীত জুবিনৰ মেনেজাৰ সিদ্বাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখত উত্তপ্ত পৰিস্থিতি,শ শ জনতাৰ ৰুদ্ৰ মূৰ্তি, ভাঙিলে গেটৰ তলা
Guwahati, Kamrup Metropolitan | Sep 25, 2025
বৃহস্পতিবাৰে গুৱাহাটীত জুবিনৰ মেনেজাৰ সিদ্বাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। একাংশ অনুৰাগীয়ে ভাঙিলে গেটৰ তলা। ‘শ্যামকানু আৰু সিদ্ধাৰ্থক পালেই শেষ কৰিম’। শ শ জনতাই ৰুদ্ৰ মূৰ্তি ধৰিছে সিদ্ধাৰ্থৰ ঘৰৰ বাহিৰত।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!