Install App
mobarak.officialpage
This browser does not support the video element.
বাক্সা: বিটিচিৰ শালবাৰী সমষ্টিৰ অন্তৰ্গত ৯৯নং খণ্ড বুনমাজ গাঁৱৰ ৰাইজে কৰিলে ভোট বৰ্জন
Baska, Baksa | Sep 22, 2025
বিটিচিৰ শালবাৰী সমষ্টিৰ অন্তৰ্গত ৯৯নং খণ্ড বুনমাজ গাঁৱৰ ৰাইজে কৰিলে ভোট বৰ্জন।শালবাৰী সমষ্টিৰ অন্তৰ্গত ৯৯নং খণ্ড বুনমাজ গাঁৱৰ ৪২৩নং LP স্কুলৰ ভোট কেন্দ্ৰটো মঠনগুৰি সমষ্টিৰ অন্তৰ্গত মৈৰাঝাৰ ব্ৰহ্মময়ী হাইস্কুলত স্থানান্তৰ কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!