Install App
binitjha
This browser does not support the video element.
বিশ্বনাথ: ছাত্ৰীক গাড়ীত লিফ্ট দিয়াৰ নামত গাড়ীত ধৰ্ষনৰ চেষ্টা কৰা অধ্যাপকৰ বিৰুদ্ধে বিশ্বনাথ মহাবিদ্যালয়ত সংবাদমেল অধ্যক্ষৰ
Biswanath, Biswanath | Sep 4, 2025
বিশ্বনাথ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ জেষ্ঠ্য অধ্যাপক অজিত দত্তই মহাবিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰীক গাড়ীৰ ভিতৰত ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বিশ্বনাথত। ইতিমধ্যে মহাবিদ্যালয়খনৰ তৰফৰ পৰা অধ্যাপক গৰাকীক শৈক্ষিক বিষয়া পদৰ অব্যাহতি দিয়া হৈছে আৰু এই জঘন্য কাণ্ডটোৰ বাবে অতী শীঘ্ৰে ব্যৱস্থা লোৱা হব বুলি সংবাদমেলত অৱগত কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!