Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: ৰঙিয়াৰ ভাতকুছিত বড়ো সমাজত মৃতদেহ দাহনত বাধা আৰোপ কৰা সন্দৰ্ভত ভাতকুছিত সংবাদমেল সম্বোধন কৰি স্পষ্টীকৰণ ৰাইজৰ

Rangia Part, Kamrup | Aug 31, 2025
ৰঙিয়াৰ ভাতকুছিত বড়ো সমাজত মৃতদেহ দাহনত বাধা আৰোপ কৰা সন্দৰ্ভত দেওবাৰে ভাতকুছিত সংবাদ মেল সম্বোধন ভাতকুছি অঞ্চলৰ ৰাইজৰ। ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ ৰাইজৰ। কিছুদিন পূৰ্বে গৰীয়াকোঠ অঞ্চলৰ এজন লোকৰ মৃত্যু হৈছিল। মৃত লোকজনক শ্বশানত দাহন কৰিবলৈ দিয়া নাছিল বড়ো সমাজে।
Read More News
T & CPrivacy PolicyContact Us