Download Now Banner

This browser does not support the video element.

ডিফু: ডিফুত বিভিন্ন শ্ৰেণীৰ ৰাইজৰ সৈতে মত বিনিময় কাকৰ ইএম ৰিচাৰ্ড টকবীৰ

Diphu, East Karbi Anglong | Sep 10, 2025
বুধবাৰে   দিনৰ প্ৰায় ১২ বাজি ৩০ মিনিটত   ডিফুৰ চৰকাৰী বাস ভৱনত বিভিন্ন শ্ৰেণীৰ ৰাইজৰ সৈতে মত বিনিময় কৰে কাৰ্বি আংলং স্বায়তশাসিত পৰিষদৰ ইএম ৰিচাৰ্ড টকবীয়ে ৷  কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন শ্ৰেণীৰ ৰাইজৰ অভাৱ - অভিযোগবোৰৰ গুৰুত্ব সহকাৰে শুনে  আৰু সেইবোৰ বিবেচনা ক্ৰমে পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে  ৷ তদুপৰি বিভিন্ন শ্ৰেণীৰ ৰাইজে ইএম ৰিচাৰ্ড টকবীয়ে  কাৰ্বি পহ'ৰে সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হয় ৷
Read More News
T & CPrivacy PolicyContact Us