Install App
usr509065
This browser does not support the video element.
মৰাণ: খোৱাঙৰ বোকাহোলাৰ পৰা বহিঃৰাজ্যত কাম কৰিবলৈ বুলি ওলাই যোৱা এজন যুৱকৰ সন্ধান নাই, পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশ
Moran, Dibrugarh | Aug 31, 2025
ডিব্ৰুগড় জিলা খোৱাং বোকাহোলাৰ পৰা বহিঃৰাজ্য কেৰেলাত কাম কৰিবলৈ যোৱা এজন যুৱক সন্ধানহীন হৈ আছে । ৰমেশ বেদীয়া নামৰ ৩৯ বছৰীয়া বিবাহিত যুৱকজন যোৱা ১৬ আগষ্টত ঘৰৰ পৰা ওলাই গৈছিল । লগৰীয়াৰ সৈতে ৰে'ল যোগে যোৱা যুৱকজনৰ সৈতে ১৮ আগষ্টৰ লৈকে পৰিয়ালৰ সৈতে যোগাযোগ আছিল যদিও বৰ্তমান কোনো ধৰণৰ যোগাযোগ নাই ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!