This browser does not support the video element.
ওদালগুৰি: ৰৌতা পৰিষদীয় সমষ্টিৰ ধনশ্ৰীঘাটত বিপিএফ দলৰ বিশাল নিৰ্বাচনী সভাত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী
Udalguri, Udalguri | Sep 13, 2025
শনিবাৰে দিনৰ ১২বজাৰ পৰা ৩বজালৈ ৪০নং ৰৌতা পৰিষদীয় সমষ্টিৰ ধনশ্ৰীঘাটত বিপিএফ দলৰ বিশাল নিৰ্বাচনী সভা ।একক সংখ্যাগৰিষ্ঠতা পাই চৰকাৰ গঠন কৰিব বিপিএফ দলে । এই ঘোষনা কৰিলে হাগ্ৰামা মহিলাৰীয়ে । আজি দিনৰ ১বজাত ৪০নং ৰৌতা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ধনশ্ৰীঘাট লক্ষীমন্দিৰ প্ৰাংগনত বিপিএফ দলৰ এখন বিশাল নিৰ্বাচনী সভাত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে অংশ গ্ৰহন কৰি দিয়া ভাষনত কয় যে অপ্ৰতিৰোধ্য গতিত আগবাঢ়িছে বিপিএফ দল । বিটিচি দখল কৰাটো খাটাং ।