হোলী আনন্দৰ মাজতে বাসুদেউত গোগামুখ ঢকুৱাখনা পথৰ লটাকত ভয়ংকৰ পথ দুৰ্ঘটনা শুকুৰবাৰে আবেলি প্ৰায় চাৰি মান বজাত গোগামুখ ঢকুৱাখনা লটাক ভয়ংকৰ পথ সংঘটিত হয়। মটৰ চাইকেলেৰে সংঘটিত হয় দুৰ্গটনা টো দুর্ঘটনা গুৰুত্বৰ ভাবে আহত হৈছে গোগামুখৰ পৰা ঢকুৱাখনা বাসুদেউত দৌল যাত্ৰা চাবলৈ যোৱা তিনি যুৱক । বাতৰি লিখা সময়ৰ লৈকে ঘটনা সন্দৰ্ভত সঠিক তথ্য জানিব পৰাৰ হোৱা নাই