Download Now Banner

This browser does not support the video element.

নাজিৰা: মেজেঙা সাতচৈ গ্ৰাণ্টত এটা ছাগলীৰ চোৰক বিশ্ব হিন্দু মহাসংঘৰ মেজেঙা প্ৰখণ্ডই ধৰা পেলাই নিশা নাজিৰা আৰক্ষীক গতাই দিয়ে

Nazira, Sivasagar | Aug 28, 2025
মেজেঙা সাতচৈ গ্ৰাণ্টত এটা ছাগলীৰ চোৰক বিশ্ব হিন্দু মহাসংঘৰ মেজেঙা প্ৰখণ্ডই ধৰা পেলাই বুধবাৰে নিশা নাজিৰা আৰক্ষীক গতাই দিয়ে।মেজেঙাৰ সাতচৈ গ্ৰাণ্টত কিছুদিন ধৰি ছাগলী চোৰে ৰাইজৰ নিদ্ৰা হৰণ কৰিছিল।এজন শিক্ষকৰ ছাগলী চোৰ হোৱাৰ পিছতেই বুধবাৰে বিশ্ব হিন্দু মহাসংঘৰ মেজেঙা প্ৰখণ্ডৰ বিষয়ববীয়া আৰু শিক্ষক জনে এক গোপন সুত্ৰৰ পম খেদি মেজেঙা গ্ৰাণ্টৰ এটা ছাগলী চোৰক ধৰা পেলাই বুধবাৰে নাজিৰা আৰক্ষী থানাত গতাই দিয়ে।
Read More News
T & CPrivacy PolicyContact Us