দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাৰ কলেৰাৰ প্ৰাদুৰ্ভাৱ। এই পৰ্যন্ত দুজনৰ মৃত্যু আৰু ১৭ জন চিকিৎসাধীন। ৰোগ প্ৰতিৰোধব্যৱস্থা লোৱা বাবে উপস্থিত হয় স্বাস্থ্য বিভাগ দল বৃহৎ দল । অঞ্চলটোত যাতে কলেৰা ৰোগ অধিক বৃদ্ধি হব নোৱাৰে তাৰ বাবে প্ৰশাসনে অঞ্চলটোত ৰাজহুৱা স্থানত সভা সমিতি অনুষ্ঠিত কৰাৰ লগতে মুকলি ভাৱে সা - সামগ্ৰী বিক্ৰী বন্ধ আদিত নিষেধাজ্ঞা জাৰি কৰিছে।