Download Now Banner

This browser does not support the video element.

সোণাৰি: সোণাৰিৰ পাঞ্জাব নেচনেল বেংকৰ কৰ্মচাৰীয়ে গ্ৰাহকক অপদস্থ কৰাৰ অভিযোগ কৰি সোণাৰি আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ

Sonari, Charaideo | Oct 4, 2025
সোণাৰিত এজন যুৱকে জমা ধন উলিয়াব গৈ বেংকৰ কৰ্মচাৰীয়ে কৰা অপমানৰ বাবে সোণাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। সোণাৰি এটা বেংকত নিজৰ আত্মীয়ৰ জমা থকা ধন একাউণ্টৰ পৰা উলিয়াবলৈ গৈ অপদস্ত হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছে এজন যুৱকে জমা ধন অসুস্থ আত্মীয়ই সোণাৰিৰ পাঞ্জাব নেচনেল বেংকৰ পৰা উলিয়াবলৈ গৈছিল। অভিযোগ অনুসৰি মনোজ তাঁতী নামৰ যুৱক জনে নিজৰ আত্মীয় এগৰাকী মহিলাক লৈ উক্ত বেংকটোৰ সোণাৰি শাখাত উপস্থিত হৈ বেংকৰ পৰিচালকক লগ ধৰি জমা ধনৰ ৫০,০০০০ টকা উলিয়ায় দিয়াৰ বিষ
Read More News
T & CPrivacy PolicyContact Us